সমললৈ যাওক

মোৱাম্মাৰ গাড্ডাফি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Muammar Gaddafi
مُعَمَّر القَذَّافِي

Gaddafi at an African Union summit in 2009
জন্ম ৭ জুন, ১৯৪২
Sirte, Italian Libya
(now Libya)
মৃত্যু ২০ অক্টোবৰ, ২০১১ (৬৯ বছৰ)
Sirte, Libya
শিক্ষানুষ্ঠান Benghazi Military Academy
পূৰ্বসূৰী Position established
উত্তৰসূৰী Position abolished
ৰাজনৈতিক দল Arab Socialist Union (1971–1977)
ধৰ্ম Sunni Islam
দাম্পত্যসঙ্গী Fatiha al-Nuri (1969–1970)
Safia el-Brasai (1971–2011)
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি Order of the Yugoslav Star
Order of Good Hope

মোৱাম্মাৰ মহম্মদ আবু মিনয়াৰ আল-গাড্ডাফি (আৰবী: مُعَمَّر القَذَّافِي Muʿammar al-Qaḏḏāfī এই শব্দটোৰ বিষয়ে audio ;[variations] ৭ জুন, ১৯৪২ চন – ২০ অক্টোবৰ, ২০১১ চন) কৰ্নেল গাড্ডাফি হিচাপে খ্যাত। তেখেত ১৯৬৯ চনৰ পৰা মৃত্যুক্ষন পৰ্য্যন্ত লিবিয়াৰ নেতা আছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৪২ চনৰ ৭ জুন তাৰিখে লিবিয়াৰ সিৰত জিলাৰ আবু হাডি নামৰ গাঁৱত মোৱাম্মাৰ গাড্ডাফিৰ জন্ম হয়।[1]

আন বহুতো লিবিয়ান শিশুৰ দৰে গাড্ডাফিয়েও শৈশৱকালত লিবিয়া সাভা নামৰ ঠাইত পৰম্পৰাগত ধৰ্মীয় শিক্ষা গ্ৰহণ কৰে। ১৯৫৬ চনত, মাত্ৰ ১৪ বছৰ বয়সতে গাড্ডাফিয়ে ইজৰাইল-বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰে।[2] সাভাত শিক্ষাগ্ৰহন কৰি থাকোতে এখেতে স্কাউতৰ প্ৰাৰম্ভিক শিক্ষাও লাভ কৰে।[3] গাড্ডাফিয়ে লিবিয়াৰ মিচৰতত ঘৰুৱা শিক্ষকৰ তত্বাৱধানত ইতিহাস বিষয়ত স্কুলীয়া শিক্ষা সাং কৰে।

ৰয়েল লিবিয়ান মিলিটেৰী একাডেমীৰ পৰা গাড্ডাফিয়ে ১৯৬৬ চনত স্নাতক ডিগ্ৰী লাভ কৰে।

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

২০ অক্টোবৰ, ২০১১ চন।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  翻译: